কবিতা♥️
ভাল লাগে কবিতা?
ভাল লাগে! ৰঙীন আকাশৰ
স্বপ্ন ছায়াৰ, মনৰ অলেখ
সপোনৰ কবিতা, স্বপ্নৰ
কবিতা ভাল লাগে।
হাজাৰ হাজাৰ কবিৰ স্পন্দন
শৈশৱৰ কবিতাবোৰ ভাল লাগে।
কবিতাই কয়,"মোক জীয়াই
ৰখা ময়ো তোমাৰ অনেক সপোন,
কল্পনা,হৃদয় কবিতাত জীয়াই ৰাখিম।"
সেই কাৰণেই ভাল লাগে এই কবিতাবোৰ।
@bhanupriyachetry♥️
#loveassamese
2 posts-
thatbookwormgirl_ 125w
@writersnetwork @mirakee @unekha
@parthi_chakraborty
#assamese#kabita#poem#loveassamese♥️
After a long time♥️
Thank you so much for liking my posts♥️means a lot♥️